কৃষকৰ তথ্যসম্ভাৰ (Farmer's Database)
কৃষি সম্পৰ্কিত সমস্যাসমূহত এক বিজ্ঞানসন্মত সমাধানৰ প্ৰয়োজন। জলবায়ু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত কৃষকসকলক বিজ্ঞানৰ সৈতে সজাগ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। কৃষকৰ তথ্যসম্ভাৰ এক ভাৰ্চুৱেল প্লেটফৰ্ম (Virtual platform) হ'ব য'ত কৃষক আৰু বিজ্ঞানীসকলে আলাপ আলোচনাৰ মাধ্যমেৰে কৃষিৰ সমস্যাবোৰ সমাধান কৰিব।
কৃষি জৈৱ প্ৰযুক্তি বিদ্যা বিভাগ উত্তৰ-পূব কেন্দ্ৰ (DBT-NECAB) ৰ পৰা আমি এনে এক উদ্যোগ গ্ৰহণ কৰিছো যে উত্তৰ পূৰ্বাঞ্চলৰ চুকে কোণে থকা বা দুৰ্গম অঞ্চলৰ কৃষকসকলৰ মাজত বিজ্ঞানসন্মত কথা বতৰাবোৰ লৈ যোৱাৰ। আৰম্ভণিতে আমি মাজুলীৰ বিজয় চাপৰিৰ ৩০ গৰাকী মহিলা কৃষকক লৈছো আৰু পৰ্যায়ক্ৰমে আমি যোৰহাটৰ অন্যান্য অঞ্চললৈ প্ৰসাৰ কৰা হ'ব । এই মাধ্যমেৰে পঞ্জীয়ন কৰা কৃষকসকলক সময়ে সময়ে বিভিন্ন সম্পদ আৰু সাহায্য প্ৰদান কৰা হ'ব যাতে বিজ্ঞানসন্মত কৃষি পদ্ধতি সুনিশ্চিত হয়।
Farm issues demand scientific solutions. Climate-change calls for a close connection between farmers and science. The Farmer Database is a virtual platform for farmers and scientists to interact and resolve farm issues.The DBT-NECAB attempts to strengthen farmers of the North Eastern Region (NER) by making science reachable to farmers even in the remote corners of the region. We have started with thirty women farmers from Bijoy Chapori, Majuli and will expand to other areas of Jorhat district. Resource materials will also be provided to the registered farmers from time to time to assist them scientifically.
আমাৰ লক্ষ্য কি? (What is our goal?)
জলবায়ু সন্তুলিত কৃষি প্ৰণালীৰ অনুশীলন কৰিবলৈ কৃষকসকলক বিজ্ঞানসন্মত সাহায্য প্ৰদান কৰা।
Drive scientific solutions within the reach and understanding of the farmers for building climate-resilience.
আমি কিদৰে কাম কৰো? (How do we operate?)
আমি জলবায়ু পৰিৱৰ্তনকে ধৰি কৃষিৰ অন্যান্য দিশসমূহ সাঙুৰি সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰো। এই প্ৰক্ৰিয়াত আমি কৃষকসকলৰ বিভিন্ন বিৱৰণ লৈ আমাৰ তথ্যসম্ভাৰত অন্তৰ্ভুক্ত কৰো। এতিয়া কৃষকসকলে নিজৰ জানিবলগীয়া খিনি জনাব পাৰে আৰু বিশেষজ্ঞৰ দ্বাৰা সেইসমূহৰ উত্তৰ দিয়া হ'ব। বিশেষজ্ঞৰ মতামতসমূহ কৃষকসকলৰ জ্ঞাতাৰ্থে অৱগত কৰা হ'ব।
We conduct awareness programmes on various aspects of climate change and agriculture. We record the details of farmers and include them in our database. The farmers may now post in their queries which will be communicated to our experts. The responses of the experts will be communicated back to the farmers.
List of farmers
Majuli |
---|
Dipti Mili |
Malini Mili Narah |
Junumai Pagag Mili |
Ranjumoni Bori Mili |
Ranjita Narah Mili |
Maini Narah Mili |
Priyanka Payeng Pagag |
Rina Mili |
Jiboni Mili Pagag |
Gitali Pegu |
Mainu Mili |
Dipa Mili Tayung |
Arati Mili |
Rupa Pagag Mili |
Mamoni Mili Pagag |
Moni Pegu Payeng |
Kabita Narah Mili |
Binita Gam Mili |
Kabita Payeng Mili |
Rupa Mili |
Kareena Payeng Mili |
Jilimai Payeng Mili |
Jina Payeng Mili |
Rubi Chirang Mili |
Anjana Narah |
Anima Pegu |
Mina Pagag Mili |
Rekha Mili |
Rijumoni Pegu Mili |
Bina Mili |
Nakachari |
---|
Sourov Gogoi |
Bipul Chutia |
Satyajit Gogoi |
Paranjit Gogoi |
Sisuram Gogoi |
Bijit Kumar Karmakar |
Pramod Gogoi |
Soilendra Gogoi |
Suresh Garh |
Ritul Karmakar |
Surajit Gogoi |
Mukhunda Gogoi |
Anil Gogoi |
Debojit Gogoi |
Ramani Gogoi |
Jiten Gogoi |
Apurba Kumar Gogoi |
Khageswar Gogoi |
Priyakhi Gogoi |
Julie Gogoi |
Minakshi Boruah |
Diganta Gogoi |
Recent Questions Asked
Team Mitigants
Dr. Moloya Gohain | Mr. Bhaskar Jyoti Sarma | Mr. Diganta Saikia